Logo
image

দিবন ডেকাক চি জে এম আদালতত হাজিৰ কৰোৱাই গুৱাহাটী মহানগৰৰ অপৰাধ শাখাই

এছ আই প্ৰশ্ন কাকত ফাদিল কেলেংকাৰিৰ অন্যতম প্ৰধান অভিযুক্ত দিবন ডেকাক চি জে এম আদালতত হাজিৰ কৰোৱাই গুৱাহাটী মহানগৰৰ অপৰাধ শাখাই।