Logo
image

ৰাজ্যত তিনিদিন চৰকাৰী বন্ধ ঘোষণা

আমাৰ অসম, ১৬ মাৰ্চঃ ৰাজ্যত তিনিদিন চৰকাৰী বন্ধ ঘোষণা কৰা হৈছে। বিধানসভা নিৰ্বাচনৰ  বাবে তিনিদিন চৰকাৰী বন্ধ ঘোষণা। ভোটগ্ৰহণৰ বাবে ৰাজ্যত বন্ধ থাকিব সমূহ চৰকাৰী-বেচৰকাৰী কাৰ্যালয়। অহা ২৭ মাৰ্চ, ১ এপ্ৰিল আৰু ৬ এপ্ৰিলত বন্ধ থাকিব সকলো চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ৰ লগতে শিক্ষানুষ্ঠান, বেংক, চাহ-বাগিচা আৰু কল-কাৰখানা।