Logo
image

অপহৃত কুইপ্প’ৰ দুই বিষয়াক মুক্তি

◾অৱশেষত আলফা আৰু এনএছচিএনৰ দ্বাৰা অপহৃত কুইপ্প’ৰ দুই বিষয়া-কৰ্মচাৰীক মুক্তি।

◾তিনি মাহ চৈধ্য দিনৰ অন্তত মুক্তি কুইপ্প’ৰ দুই বিষয়া শিৱসাগৰৰ প্ৰণৱ কুমাৰ গগৈ আৰু বিহাৰৰ ৰাম কুমাৰ।

◾২১ ডিচেম্বৰত অৰুণাচলৰ দায়ুনৰ পৰা অপহৰণ কৰিছিল কুইপ্প’ৰ দুই বিষয়াক।

◾অৰুণাচল প্ৰদেশৰ ম্যানমাৰ সীমান্তৰ দুৰ্গম অঞ্চলত মুকলি কৰি দিয়া হৈছে বুলি চৰ্চা চলিছে।

◾অৱশ্যে ৰাম কুমাৰৰ মুক্তি সন্দৰ্ভত এতিয়াও নাই কোনো নিশ্চিত তথ্য।