Logo
image

৪৮ ঘণ্টা মদ নাপাব গুৱাহাটীত

◾৬ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ বাবে গুৱাহাটী মহানগৰত ৪৮ ঘণ্টাৰ ড্ৰাই দে' ঘোষণা।

◾৪ এপ্ৰিল দেওবাৰে বিয়লি ৬ বজাৰ পৰা ৬ এপ্ৰিল মঙলবাৰৰ বিয়লি ৬ বজালৈকে ড্ৰাই দে' ঘোষণা। 

◾উক্ত সময়ত গুৱাহাটী মহানগৰীৰ সকলো সুৰাৰ বিপনী, বাৰ বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰিছে নিৰ্বাচন আয়োগে।

◾শান্তি পূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে।