Logo
image

বাতিল কৰা হ'ল বিহু অনুষ্ঠান

◾ৰাজ্যৰ শেহতীয়া ক'ভিড পৰিস্থিতি সন্দৰ্ভত ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

◾গুৱাহাটীৰ সকলো বিহু আৰু আন অনুষ্ঠান বাতিল।

◾কামৰূপ (মেট্ট')ত ৩০০ৰো অধিক সক্ৰিয় ক'ভিড আক্ৰান্ত থকাৰ বাবে এই সিদ্ধান্ত।

◾৩০০ৰো অধিক সক্ৰিয় ক'ভিড আক্ৰান্ত থকা জিলাসমূহত বিহু অনুষ্ঠানৰ লগতে আন অনুষ্ঠান বাতিল কৰাৰ নিৰ্দেশ।

◾১৯ এপ্ৰিলত সকলো জিলা উপায়ুক্তলৈ আনুষ্ঠানিক জাননী জাৰি কৰিব ৰাজ্য চৰকাৰে।

◾বিহু অনুষ্ঠানৰ অনুমতিৰ ক্ষেত্ৰত সিদ্ধান্ত ল'ব জিলা উপায়ুক্তসকলে।