Logo
image

ক'ৰনাত আক্ৰান্ত প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিং

◾প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিং ক'ৰনাত আক্ৰান্ত।

◾হঠাৎ অসুস্থ হৈ পৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী।

◾ক'ভিড পৰীক্ষা কৰাত পজিটিভ বুলি ধৰা পৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী।

◾বৰ্তমান দিল্লীৰ এইমছৰ ট্ৰ'মা চেণ্টাৰত ভৰ্তি কৰোৱা হৈছে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক।

◾সন্ধিয়া প্ৰায় ৫ বজাত চিকিৎসাধীন হয় প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী।

◾৪ মাৰ্চত ক'ভিড ভেকচিনৰ প্ৰথমটো ড'জ লৈছিল ড০ মনমোহন সিঙে।

◾৩ এপ্ৰিলত ক'ভিড ভেকচিনৰ দ্বিতীয়টো ড'জ লৈছিল প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে।