Logo
image

জ্যেষ্ঠ সাংবাদিক ৰোহিত ছৰদানাৰ দেহাৱসান

◾জ্যেষ্ঠ সাংবাদিক ৰোহিত ছৰদানাৰ দেহাৱসান।

◾ৰাষ্ট্ৰীয় সংবাদমাধ্যম AajTakত কৰ্মৰত আছিল প্ৰখ্যাত সাংবাদিক ৰোহিত ছৰদানা।

◾ক'ভিডত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে জনপ্ৰিয় এংকৰগৰাকীয়ে।

◾শেহতীয়াকৈ হৃদৰোগত আক্ৰান্ত হৈছিল সাংবাদিকগৰাকী।

◾বলিষ্ঠ সাংবাদিকতাৰ বাবে তেখেতে ইতিমধ্যে অৰ্জন কৰিছিল গণেশ শংকৰ বিদ্যাৰ্থী বঁটা।

◾নিৰ্ভীক সাংবাদিকতাৰ বাবে দেশজুৰি খ্যাতি অৰ্জন কৰা সাংবাদিকগৰাকীৰ মৃত্যুত সংবাদজগতত শোকৰ ছাঁ।