Logo
image

ৰাজ্য়ত সান্ধ্য আইনৰ সময়সীমা বৃদ্ধি

◾ৰাজ্যত বৃদ্ধি কৰি দিয়া হৈছে সান্ধ্য আইনৰ সময়সীমা।

◾৫ জুনলৈ কাৰ্যকৰী হৈ থাকিব এই সান্ধ্য আইন।

◾সান্ধ্য আইনৰ সময় আগুৱাই দিয়া হৈছে গ্ৰাম্য এলেকাত।

◾পূৰ্বৰ ৬ বজাৰ পৰিৱৰ্তে দিনৰ ২ বজাৰ পৰা সান্ধ্য আইন গ্ৰামাঞ্চলত।

◾আজিৰে পৰা কাৰ্য্যকৰী হ'ব এই নিয়ম।

◾মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে এই কথা।

◾কৰ'না পৰিস্থিতিৰ বাবেই এই সিদ্ধান্ত ৰাজ্য চৰকাৰৰ।

◾অন্য সকলো নীতি নিয়ম পূৰ্বৰ নিৰ্দেশনাৱলী অনুযায়ী বাহাল থাকিব।