Logo
image

দায়িত্ব দিয়া হ'ল ৰাজ্য চৰকাৰৰ জিলা অভিভাৱক মন্ত্ৰী

◾দায়িত্ব দিয়া হ'ল ৰাজ্য চৰকাৰৰ জিলা অভিভাৱক মন্ত্ৰী

◾মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসক বঙাইগাওঁ, ধুবুৰী আৰু বৰপেটা জিলাৰ দায়িত্ব। 

◾মন্ত্ৰী অতুল বৰাক দায়িত্ব ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ।

◾বাক্সা আৰু চিৰাং জিলাৰ দায়িত্ব ইউ জি ব্ৰহ্মক।

◾মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক দৰং, কামৰূপ, কামৰূপ মেট্ৰ'ৰ দায়িত্ব।

◾হাইলাকান্দি, কৰিমগঞ্জ আৰু হোজাইৰ দায়িত্ব মন্ত্ৰী পৰিমল শুক্লবৈদ্যক।

◾মন্ত্ৰী কেশৱ মহন্তক গোলাঘাট আৰু মৰিগাওঁ জিলাৰ দায়িত্ব।

◾মন্ত্ৰী ডা০ ৰণোজ পেগুক দায়িত্ব শিৱসাগৰ আৰু যোৰহাট জিলাৰ।

◾কোকৰাঝাৰ, ওদালগুৰি আৰু কাছাৰ জিলাৰ দায়িত্ব মন্ত্ৰী অশোক সিংঘলক।

◾কাৰ্বি আংলং আৰু ডিমা হাচাওৰ দায়িত্ব মন্ত্ৰী যোগেন মহনক।

◾মন্ত্ৰী সঞ্জয় কিষানক ধেমাজি আৰু লখিমপুৰ জিলাৰ দায়িত্ব।

◾মন্ত্ৰী অজন্তা নেওগক নলবাৰী, গোৱালপাৰা আৰু দক্ষিণ শালমাৰাৰ দায়িত্ব।

◾মন্ত্ৰী পীয়ুষ হাজৰিকাক শোণিতপুৰ, বিশ্বনাথ আৰু নগাওঁ জিলাৰ দায়িত্ব।

◾মাজুলী, চৰাইদেউ আৰু বজালী জিলাৰ দায়িত্ব মন্ত্ৰী বিমল বৰাক।