Logo
image

ড্ৰাগছ মাফিয়াৰ আক্ৰমণত গুৰুতৰভাবে আহত আমাৰ অসম ৰ সাংবাদিক অমিনেষ বৰ্মন

  •  ড্ৰাগছ মাফিয়াৰ আক্ৰমণত গুৰুতৰভাবে আহত “আমাৰ অসম”ৰ চামতাৰ সাংবাদিক অমিনেষ বৰ্মন ৷
  • নলবাৰীত সংঘটিত হৈছে এই ঘটনা।
  • আহত সাংবাদিক অমিনেষ বৰ্মনক নলবাৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
  • ড্ৰাগছ মফিয়াৰ বিৰুদ্ধে বাতৰি সংগ্ৰহ কৰিবলৈ গৈ ড্ৰাগছ মফিয়াৰ আক্ৰমণৰ বলি হয় সাংবাদিকগৰাকী। চামতাত দুজন ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে বাতৰি
  • সংগ্ৰহ কৰিছিল সাংবাদিক অনিমেষে।
  •  সাংবাদিক গৰাকীক আক্ৰমণ কৰা ফইজুল হক আৰু হিমাংশু বৰ্মনক গ্ৰেপ্তাৰৰ দাবী জনাইছে নলবাৰীৰ স্থানীয় ৰাইজে।
  • ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে নলবাৰী অৰক্ষীয়ে।