Logo
image

৪ মে’ৰ পৰা ১০ জুনলৈ অনুষ্ঠিত হ’ব CBSEৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা

আমাৰ অসম, ৩১ ডিচেম্বৰঃ CBSEৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা ৪ মে’ৰ পৰা ১০ জুনলৈ অনুষ্ঠিত হ’ব৷ ১৫ জুলাইৰ ভিতৰত ঘোষণা কৰা হ’ব ফলাফল৷  ১ মাৰ্চৰ পৰা অনুষ্ঠিত হ'ব প্ৰেক্টিকেল পৰীক্ষা৷ এই কথা প্ৰকাশ কৰে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ড০ ৰমেশ পোখৰিয়ালে।