Logo
image

সকলো বিমান বাতিল...

আমাৰ অসম,১২ জানুৱাৰীঃ বেয়া বতৰৰ বাবে সকলো বিমান বাতিল কৰিছে ডিব্ৰুগড় বিমানবন্দৰ কৰ্তৃপক্ষই। মঙলবাৰে ডিব্ৰুগড়ৰ পৰা উৰা মাৰিব লগীয়া সকলো বিমান বাতিল বিমানবন্দৰ কৰ্তৃপক্ষৰ। পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত বাতিল থাকিব বিমান চলাচল।