Logo
image

'আমাৰ অসম'ৰ মুখ্যসম্পাদক মনোজ গোস্বামীলৈ লিঅ' এক্সপ' সাংবাদিক সন্মান

আমাৰ অসম, ৪ ফেব্ৰুৱাৰীঃ 'আমাৰ অসম'ৰ মুখ্যসম্পাদক মনোজ গোস্বামীলৈ লিঅ' এক্সপ' সাংবাদিক সন্মান। ১২ ফেব্ৰুৱাৰীত লিঅ' এক্সপ'ই প্ৰদান কৰিব এই সন্মান। নগদ ৫০ হাজাৰ টকা, স্মাৰক পত্ৰ আৰু অংগবস্ত্ৰৰে বিভূষিত কৰিব জ্যেষ্ঠ সাংবাদিকগৰাকীক। বৃস্পতিবাৰৰ পৰা গুৱাহাটীত অনুষ্ঠিত হৈ থকা আন্তঃৰাষ্ট্ৰীয় লিঅ' এক্সপ'ত প্ৰদান কৰা হ'ব এই বঁটা। এইবাৰ অনুষ্ঠিত লিঅ' এক্সপ'ত বাংলাদেশ, আফগানিস্তান, ইৰাণ আদিৰ ব্যৱসায়ীয়ে অংশ লৈছে।