Logo
image

কাৰ ভাগত পৰিল কি দপ্তৰ

১] প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী: পাৰ্ছনেল, ৰাজহুৱা অভিযোগ আৰু পেন্সন, আণৱিক শক্তি, মহাকাশ, গুৰুত্বপূৰ্ণ আঁচনি আৰু আন কোনো মন্ত্ৰীক নিদিয়া বিভাগসমূহ

২] ৰাজনাথ সিং: প্ৰতিৰক্ষা

৩] অমিত শ্বাহ: গৃহ আৰু সমবায়

৪] নীতিন গাডকাৰি:পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ

৫] জে পি নাড্ডা: স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, সাৰ আৰু ৰসায়ন

৬] শিৱৰাজ সিং চৌহান: কৃষি আৰু কৃষক পৰিক্ৰমা, গ্ৰাম্য উন্নয়ন

৭] নিৰ্মলা সীতাৰমণ: বিত্ত আৰু কৰ্প’ৰেট পৰিক্ৰমা

৮] এছ জয়শংকৰ: বৈদেশিক পৰিক্ৰমা

৯] মনোহৰ লাল খট্টৰ:হাউছিং আৰু নগৰ পৰিক্ৰমা, শক্তি

১০] এইছ ডি কুমাৰাস্বামী ঃ গুৰু উদ্যোগ আৰু ষ্টীল

১১] পীয়ূষ গোৱেল ঃ বাণিজ্য আৰু উদ্যোগ

১২] ধৰ্মেন্দ্ৰ প্ৰধান ঃ শিক্ষা

১৩]জীতন ৰাম মাঝি ঃ ক্ষুদ্ৰ আৰু মজলীয়া প্ৰতিষ্ঠান

১৪] ৰাজীৱ ৰঞ্জন সিং [লালন সিং]: পঞ্চায়তীৰাজ,

মীন, ডায়েৰি আৰু পশুপালন      

কাৰ ভাগত পৰিল কি দপ্তৰ

১৫]সৰ্বানন্দ সোণোৱাল: বন্দৰ, জাহাজ আৰু জলপথ

১৬]ডাঃ বীৰেন্দ্ৰ কুমাৰ:সামাজিক ন্যায় আৰু সবলীকৰণ

১৭] কে ৰামমোহন নাইডু ঃ অসামৰিক বিমান পৰিবহণ 

১৮] প্ৰহ্লাদ  যোশী ঃ উপভোক্তা পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ, নতুন আৰু নবীকৰণযোগ্য শক্তি

১৯] জুৱেল ওৰাম ঃ জনজাতি পৰিক্ৰমা

২০] গিৰিৰাজ সিং ঃ বস্ত্ৰ উদ্যোগ

২১] অশ্বিনী বৈষ্ণৱ ঃ ৰে’ল, তথ্য আৰু সম্প্ৰচাৰ, ইলেক্টªনিক্‌ছ আৰু তথ্য প্ৰযুক্তি

২২] জ্যোতিৰাদিত্য সিন্ধিয়া ঃ ড’নাৰ, যোগাযোগ

২৩] ভূপেন্দৰ যাদৱ ঃ পৰিৱেশ, বন আৰু জলবায়ু পৰিক্ৰমা

২৪] গজেন্দ্ৰ সিং শ্বেখাৱট ঃ সাংস্কৃতিক পৰিক্ৰমা আৰু পৰ্যটন

২৫] অন্নপূৰ্ণা দেৱী ঃ মহিলা আৰু শিশু কল্যাণ

২৬] কিৰেন ৰিজিজু ঃ সংসদীয় পৰিক্ৰমা, সংখ্যালঘু

২৭] হৰদীপ সিং পুৰি ঃ পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ

২৮] মনসুখ মাণ্ডব্য ঃ শ্ৰম আৰু নিয়োগ, ক্ৰীড়া আৰু যুৱ কল্যাণ

২৯] জি কিষাণ ৰেড্ডী ঃ কয়লা আৰু খনি

৩০] চিৰাগ পাছোৱান ঃ খাদ্য সংসাধন উদ্যোগ

৩১] চি আৰ পাটিল ঃ জলশক্তি

স্বতন্ত্ৰ ৰাজ্যমন্ত্ৰী

১] ৰাও ইন্দ্ৰজিৎ সিং: পৰিসংখ্যা আৰু আঁচনি ৰূপায়ণ, পৰিকল্পনা আৰু সংস্কৃতি

২] ড॰ জীতেন্দ্ৰ সিং: বিজ্ঞান আৰু প্ৰযুক্তি, ধৰিত্ৰী বিজ্ঞান, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, পাৰ্ছনেল, পেন্সন আৰু ৰাজহুৱা অভিযোগ, মহাকাশ আৰু আণৱিক শক্তি

৩] অৰ্জুন ৰাম মেঘৱাল: আইন আৰু ন্যায়, সংসদীয় পৰিক্ৰমা

৪] প্ৰতাপৰাও গণপতৰাও যাদৱ: আয়ূস, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ

৫] জয়ন্ত চৌধুৰী: দক্ষতা বিকাশ, শিক্ষা

ৰাজ্যমন্ত্ৰী

১] জিতিন প্ৰসাদ: ইলেক্টªনিক্‌ছ আৰু তথ্য প্ৰযুক্তি, বাণিজ্য আৰু উদ্যোগ

২] শ্ৰীপদ ৱাই নাইক: শক্তি, নতুন আৰু নবীকৰণযোগ্য শক্তি

৩] পংকজ চৌধুৰী: বিত্ত

৪] কৃষাণপাল গুৰজাৰ: সমবায়

৫] ৰামদাস আঠৱালে: সামাজিক ন্যায় আৰু সবলীকৰণ

৬] ৰামনাথ ঠাকুৰ: কৃষি আৰু কৃষক কল্যাণ

৭] নিত্যানন্দ ৰাই: গৃহ

৮] অনুপ্ৰিয়া পেটেল: স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, ৰসায়ন আৰু সাৰ

৯] ভি সোমান্না: জলশক্তি, ৰে’ল

১০] চন্দ্ৰশেখৰ পেম্মাছানি: গ্ৰামোন্নয়ন আৰু যোগাযোগ

১১] এছ পি সিং ৱাঘেল:মীন, পশুপালন আৰু ডায়েৰি, পঞ্চায়তীৰাজ

১২] এছ শোভা কৰন্দলাজে: ক্ষুদ্ৰ আৰু মজলীয়া প্ৰতিষ্ঠান, শ্ৰম আৰু নিয়োগ

১৩] কীৰ্তিবদ্ধৰ্ন সিং: পৰিৱেশ, বন আৰু জলবায়ু, বৈদেশিক পৰিক্ৰমা

১৪] বি এল বাৰ্মা: উপভোক্তা পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ, সামাজিক ন্যায় আৰু সবলীকৰণ

১৫] শান্তনু ঠাকুৰ: বন্দৰ, জাহাজ আৰু জলপথ

১৬] সুৰেশ গোপী: পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ, পৰ্যটন

১৭] এল মুৰুগান: তথ্য আৰু সম্প্ৰচাৰ, সংসদীয় পৰিক্ৰমা

১৮] অজয় টাম্‌টা: পথ পৰিবহণ আৰু ৰাষ্ট˜ীয় ঘাইপথ

১৯] বান্দী সঞ্জয়কুমাৰ: গৃহ

২০] কমলেশ পাছোৱান: গ্ৰামোন্নয়ন

২১] ভাগীৰথ চৌধুৰী: কৃষি আৰু কৃষক কল্যাণ

২২] সতীশ চন্দ্ৰ ডুবে: কয়লা আৰু খনি

২৩] সঞ্জয় শেঠ: প্ৰতিৰক্ষা

২৪] ৰৱনীট সিং:খাদ্য সংসাধন, ৰে’ল

২৫] দুৰ্গাদাস উইকে: জনজাতি পৰিক্ৰমা

২৬] ৰক্ষা নিখিল খাডছে: ক্ৰীড়া আৰু যুৱ কল্যাণ

২৭] সুকান্ত মজুমদাৰ: শিক্ষা, ড’নাৰ 

২৮] সাৱিত্ৰী ঠাকুৰ: মহিলা আৰু শিশু কল্যাণ

২৯] টোখন চাহু: হাউছিং আৰু নগৰ পৰিক্ৰমা

৩০] ৰাজভূষণ চৌধুৰী: জলশক্তি

৩১] বি ৰাজু শ্ৰীনিৱাস বাৰ্মা: গুৰু উদ্যোগ, ষ্টীল

৩২] হৰ্ষ মালহোত্ৰা: কৰ্প’ৰেট পৰিক্ৰমা, পথ পৰিবহণ আৰু ৰাষ্ট˜ীয় ঘাইপথ

৩৩] নিমুবেন জে বাম্ভাইয়া: উপভোক্তা পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ

৩৪] মুৰুলীধৰ মোহল: সমবায়, অসামৰিক বিমান পৰিবহণ

৩৫] জৰ্জ কুৰিয়ান:সংখ্যালঘু পৰিক্ৰমা, মীন, ডায়েৰি আৰু  পশুপালন

৩৬] পৱিত্ৰ মাৰ্ঘেৰিটা: বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ উদ্যোগ৷