Logo
image

বিশ্বজুৰি স্তব্ধ ফেচবুক, হোৱাটছএপ, ইনষ্টাগ্ৰাম...

▪️সমগ্ৰ বিশ্বজুৰি বন্ধ হোৱাটছএপ, ফেচবুক, ইনষ্টাগ্ৰাম।

▪️কিছুসময়ৰ বাবে অচল হৈ পৰিল এই সামাজিক মাধ্যমসমূহ।

▪️ভাৰতীয় সময় অনুসৰি প্ৰায় ৯ বজাৰ পৰা অচল হৈ পৰে এই সামাজিক মাধ্যমসমূহ। 

▪️এই সামাজিক মাধ্যমসমূহ ব্যৱহাৰ কৰিব নোৱৰাৰ অভিযোগ বিভিন্নজনৰ।

▪️টুইটাৰ আৰু অন্যান্য সামাজিক মাধ্যম আৰু ৱেবছাইটত মন্তব্য একাংশৰ। 

▪️এই অভিযোগৰ সত্যতা স্বীকাৰ ফেচবুক কৰ্তৃপক্ষৰ।

▪️ছাৰ্ভাৰ ডাউন তথা কাৰিকৰী বিজুতিৰ বাবে অচল হৈ পৰাৰ কথা প্ৰকাশ।