Logo
image

দিল্লীৰ এইমছত চিকিৎসাধীন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিং

◾দিল্লীৰ এইমছত চিকিৎসাধীন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিং।

◾স্বাস্থ্য বৰ্তমান সুস্থিৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ।   

◾প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ স্বাস্থ্যৰ কথা অৱগত কৰিলে এইমছৰ চিকিৎসকে।

◾এইমছত উপস্থিত হয় কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডাৱিয়া।

◾প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ স্বাস্থ্যৰ বুজ ল'লে স্বাস্থ্যমন্ত্ৰী মাণ্ডাৱিয়াই।

◾ড০ সিঙৰ আশু আৰোগ্য কামনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।

◾বুধবাৰে দিল্লীস্থিত এইমছত চিকিৎসাধীন হৈছিল ড০ সিং।

◾জ্বৰ আৰু শাৰিৰীক অসুস্থতাৰ বাবে চিকিৎসালয়ত ভৰ্তি ড০ মনমোহন সিং।

◾এপ্ৰিলত ক'ভিডত আক্ৰান্ত হৈছিল প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী।