Logo
image

কেন্দ্ৰীয় কাৰাগাৰতে পুনৰ গ্ৰেপ্তাৰ ৰাজকন্যাক

◾কেন্দ্ৰীয় কাৰাগাৰতে পুনৰ গ্ৰেপ্তাৰ কৰা হয় ৰাজকন্যা বৰুৱাক

◾দিছপুৰ আৰক্ষীয়ে শুকুৰবাৰে কাৰাগাৰতে গ্ৰেপ্তাৰ কৰে ৰাজকন্যাক

◾প্ৰথম গোচৰটোত লাভ কৰা জামিন বুধবাৰে নাকচ কৰিছিল সত্ৰ ন্যায়াধীশৰ আদালতে

◾দিছপুৰ আৰক্ষী থানাৰ ৩৬১৬/২০২১ নম্বৰৰ গোচৰটোত গ্ৰেপ্তাৰৰ পিছদিনাই জামিন পাইছিল ৰাজকন্যাই

◾জামিনৰ পিছতে চৰকাৰী পক্ষই জামিন আবেদন নাকচৰ বাবে আবেদন জনাইছিল সত্ৰ ন্যায়াধীশৰ আদালতত 

◾সেই আবেদনৰ শুনানী গ্ৰহণ কৰি বুধবাৰে ৰাজকন্যাৰ জামিন নাকচ কৰে

◾জামিন নাকচৰ পিছতে শুকুৰবাৰে পুনৰ গ্ৰেপ্তাৰ কৰা হয় ৰাজকন্যা বৰুৱাক

◾গ্ৰেপ্তাৰ কৰি CJM আদালতত হাজিৰ কৰোৱা হয় ৰাজকন্যা বৰুৱাক