Logo
image

জুবিন গাৰ্গলৈ চাওলুং চ্যুকাফা বঁটা

আমাৰ অসম,৪ডিচেম্বৰ ঃ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিয়ে জনপ্ৰিয় কণ্ঠশিল্গী, যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গলৈ চাওলুং চু্যকাফা বঁটা প্ৰদান কৰিব৷ আজি পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাণা প্ৰতাপ বৰুৱা আৰু সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে এই ঘোষণা কলিছেহ্ল৷ উল্লখ্য যে কালি সোণাৰিত অনুষ্ঠিত কেন্দ্ৰীয় চু্যকাফা দিৱসৰ সাংস্কৃতিক সন্ধিয়াত জুবিন গাৰ্গে  অনুষ্ঠান পৰিৱেশন কৰি ৰাইজক আপ্লুত কৰিছিল৷ অচিৰেই গুৱাহাটীত হ’বলগীয়া এক অনুষ্ঠানত শিল্পী গৰাকীক উক্ত বঁটা আনুষ্ঠানিকভবে প্ৰদান কৰা হব৷