Logo
image

৭.০ প্ৰাৱল্যৰ ভূমিকম্পই জোকাৰি গ’ল গ্ৰীচ আৰু পশ্চিম তুৰ্কীৰ কেইবাখনো চহৰ

  • ৭.০ প্ৰাৱল্যৰ ভূমিকম্পই জোকাৰি গ’ল গ্ৰীচ আৰু পশ্চিম তুৰ্কীৰ কেইবাখনো চহৰ।
  • এজিয়ান সাগৰৰ অভিকেন্দ্ৰৰ এই ভূমিকম্পই নিমিষতে ধ্বংস কৰিছে বহু অট্টালিকা।
  • ভূমিকম্পৰ পাছতেই উপকূলীয় অঞ্চলত সৃষ্টি হৈছে ছুনামিৰ।