Logo
image

২৬ নৱেম্বৰত বন্ধ থাকিব বেংকসেৱা

আমাৰ অসম, ২৫ নৱেম্বৰঃ সমগ্ৰ দেশতে ২৬ নৱেম্বৰত বন্ধ থাকিব বেংকসেৱা। ট্ৰেড ইউনিয়নে জনোৱা দেশজোৰা ধৰ্মঘটক সমৰ্থন জনাই এই বন্ধৰ কাৰ্য্যসূচী পালন কৰিব সৰ্বভাৰতীয় বেংক কৰ্মচাৰী সন্থাই। লোকসভাত গৃহীত হোৱা শ্ৰম আইনৰ বিৰোধিতাৰে এই ধৰ্মঘট ট্ৰেড ইউনিয়নৰ।

লগতে পঢ়কঃ https://aamarasom.com/detail-news/375/Congress-Veteran-Ahmed-Patel-passed-away