Logo
image

ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে নতুন নিয়ম

আমাৰ অসম, ২৮ নৱেম্বৰঃ বৰ্ধিত ক’ভিড আক্ৰান্তৰ প্ৰতি লক্ষ্য ৰাখি সকলো চৰকাৰী কৰ্মচাৰীৰ বাবে নতুন নিয়ম হিমাচল প্ৰদেশ চৰকাৰৰ৷ কৰ্মচাৰী সকলে পাঁচ দিন কাৰ্য্যালয়ৰ পৰা কাৰ্য্য সম্পাদন কৰাৰ লগতে ষষ্ঠ দিনা ঘৰৰ পৰা কাৰ্য্য সম্পাদন কৰিব লাগিব। ১৫ ডিচেম্বৰলৈকে কাৰ্য্যকৰী হ’ব এই নিয়ম।