Logo
image

কৃষক আন্দোলনক লৈ গুৰুত্বপূৰ্ণ ৰায়দান উচ্চতম ন্যায়ালয়ৰ

  • কৃষক আন্দোলনক লৈ গুৰুত্বপূৰ্ণ ৰায়দান উচ্চতম ন্যায়ালয়ৰ।
  • বিষয়টো সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক সমিতি গঠনৰ নিৰ্দেশ ন্যায়ালয়ৰ।
  • সমিতি গঠন নকৰা পৰ্যন্ত কাৰ্যকৰী নহয় এই কৃষি আইন।
  • প্ৰতিবাদ কৰাৰ অধিকাৰ আছে কৃষকৰ, ক'লে সৰ্বোচ্চ আদালতে।