Logo
image

চুবুৰীয়া ম্যানমাৰত সামৰিক অভ্যুত্থান

  • চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰত সামৰিক অভ্যুত্থান ৷ 
  • সেনাবাহিনীয়ে উখাট কৰিলে অসামৰিক চৰকাৰ।
  • পুৱতি নিশা সেনাৰ এই অভ্যুত্থান ৷ 
  • ম্যানমাৰৰ নেত্ৰী আং ছান ছ্যু কী, ৰাষ্ট্ৰপতি উইন মিণ্টসহ National League of Democracyৰ নেতাসকলক বন্দী কৰি ক্ষমতা দখল কৰিলে সেনাই ৷  
  • ম্যানমাৰত এবছৰৰ বাবে জৰুৰীকালীন অৱস্থা ঘোষণা ৷