Logo
image

চেনি খোৱা বন্ধ কৰক, দূৰ হ’ব কেঞ্চাৰ

কেন্সাৰ বা কৰ্কট ৰোগ বুলি ক’লে সকলোৱে ভয় খায়৷ বহুতৰে ধাৰণা কৰ্কটত আক্ৰান্ত হ’লে মৃত্যু অনিবাৰ্য৷ কিন্তু এই ধাৰণা ভুল৷  কৰ্কটৰ লক্ষণে দেখা দিলে লগে লগে সচেতন হওক৷ কৰ্কট ৰোগক মুঠেও অৱহেলা কৰিব নালাগে৷ প্ৰাথমিক অৱস্থাত কিছুমান নিয়ম মানি চলিলে কৰ্কট বা কেন্সাৰৰ দৰে জটিল ৰোগকো বশ কৰিব পৰা যায়৷ একাংশ চিকিৎসা বিশেষজ্ঞই কৰ্কট ৰোগৰ পৰা হাত সাৰিব পৰা কেইটামান উপায় উল্লেখ কৰিছে–
- চেনি খোৱা বন্ধ কৰক৷ চেনিয়ে কৰ্কটৰ কোষ বা চেলসমূহ বৃদ্ধি কৰাত সহায় কৰে৷ শৰীৰত চেনি নাথাকিলে কৰ্কটৰ কোষসমূহৰ মৃত্যু ঘটে৷ ফলত কৰ্কটমুক্ত হ’ব পৰা যায়৷
- মেৰিলেণ্ড মেডিকেল ৰিচাৰ্ছ ইন্সটিটিউৰ মতে গৰম পানীৰ সৈতে নিতৌ পুৱা নেমুৰ ৰস খালেও কৰ্কটৰ পৰা সকাহ পাব পৰা যায়৷ গৱেষণাত পোৱা তথ্য মতে কেমো থেৰাপিতকৈ গৰম পানীৰ সৈতে নেমুৰ ৰস মিহলাই খোৱাটো এহাজাৰগুণ উপকাৰী আৰু শক্তিশালী৷ দৈনিক পুৱা নেমুৰ ৰস মিহলোৱা পানী ১-৩ মাহ খালে কেন্সাৰৰ পৰা মুক্তি পোৱা যায়৷
- জৈৱিক নাৰিকলৰ তেলেও কেন্সাৰৰ দৰে জটিল ৰোগৰ পৰা মুক্তি পোৱাত সহায় কৰে৷  ইয়াৰ বাবে দৈনিক পুৱা আৰু ৰাতি তিনি চামুচকৈ জৈৱিক নাৰিকলৰ তেল খোৱা কৰক৷
ওপৰৰ এইকেইটা উপায়ৰ ভিতৰত চেনি পৰিহাৰ কৰি বাকী দুটা উপায়ৰ যিকোনো এটা বাচি লওক৷ দেখিব আপুনি কৰ্কটৰ দৰে জটিল ৰোগক জয় কৰিব পাৰিছে৷