Logo
image

জ্যেষ্ঠ সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ ৰহস্যজনক মৃত্যু

◾জ্যেষ্ঠ সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ ৰহস্যজনক মৃত্যু।

◾নিশা ১০-৩০ মান বজাত ভাৰাঘৰৰ পানীৰ চুইছ অফ কৰিবলৈ যোৱাৰে পৰা সন্ধানহীন হৈ আছিল জ্যেষ্ঠ সাংবাদিকগৰাকী।

◾পুৱা মহানগৰীৰ হাতীগাঁৱৰ লখিমী নগৰত নিজ ভাৰাঘৰৰ সমীপৰ এটা নলাত উদ্ধাৰ হয় মৃতদেহ।