Logo
image

হঠাৎ অসুস্থ লুৰিণজ্যোতিৰ মাতৃ

◾অসম জাতীয় পৰিষদৰ সভাপতি  লুৰিণজ্যোতি গগৈৰ মাতৃ অসুস্থ ।

◾হঠাৎ প্ৰেচাৰ ষ্ট্রোকত অসুস্থ হৈ পৰে লুৰিণজ্যোতি গগৈৰ মাতৃ।

◾ইতিমধ্যে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে লুৰিণজ্যোতিৰ মাতৃক।

◾অজাপৰ সভাপতিগৰাকীৰ আজি সকলো কাৰ্যসূচী বাতিল।