Logo
image

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৪৮ ঘণ্টাৰ বাবে নিষিদ্ধ

◾মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৪৮ ঘণ্টাৰ বাবে নিষিদ্ধ।

◾৪৮ ঘণ্টাৰ বাবে কোনো প্ৰচাৰ কাৰ্যত অংশ লব নোৱাৰিব হিমন্ত বিশ্ব শৰ্মাই।

◾নিৰ্বাচন আয়োগে নিষিদ্ধ কৰিলে হিমন্ত বিশ্ব শৰ্মাক। 

◾বিপিএফ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে মন্তব্য কৰি নিৰ্বাচন আয়োগৰ ৰোষত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

◾হাগ্ৰামা মহিলাৰীক এনআইএৰ দ্বাৰা গ্ৰেপ্তাৰৰ ভাবুকি দি জেলত ভৰাম বুলি কৈছিল হিমন্ত বিশ্ব শৰ্মাই।

◾ঘটনা সম্পৰ্কত নিৰ্বাচন আয়োগৰ কাষ চাপিছিল কংগ্ৰেছ। 

◾নিৰ্বাচন আয়োগে জাননী জাৰি কৰিছিল হিমন্ত বিশ্ব শৰ্মাক।

◾সন্ধিয়া ৬ বজাত নিৰ্বাচন আয়োগৰ নিৰ্দেশনাৰ উত্তৰ দিছিল হিমন্ত বিশ্ব শৰ্মাই।

◾হিমন্ত বিশ্ব শৰ্মাৰ উত্তৰত সন্তুষ্ট নহৈ এই সিদ্ধান্ত নিৰ্বাচন আয়োগৰ।

◾আগন্তুক ৪৮ ঘণ্টাত কোনো ধৰণৰ ৰাজহুৱা সভা, সমদল,ৰোড শ্ব', সাক্ষাৎকাৰ দিব নোৱাৰিব হিমন্ত বিশ্ব শৰ্মাই।

◾এই সময়ছোৱাত ভাৰ্চুৱেলীও কোনোধৰণৰ প্ৰচাৰত অংশ লব নোৱাৰিব শৰ্মাই।