Logo
image

ৰাজ্যত সম্পূৰ্ণৰূপে বন্ধ আন্তঃজিলা যাতায়াত

◾২১ মে' পৰা ৰাজ্যত বন্ধ হ'ব আন্তঃজিলা যাতায়াত।

◾শুকুৰবাৰৰ পৰা ৰাজ্যত সম্পূৰ্ণৰূপে বন্ধ আন্তঃজিলা যাতায়াত।

◾ক'ভিড নিয়ন্ত্ৰণৰ বাবে ৰাজ্য চৰকাৰৰ এই বৃহৎ সিদ্ধান্ত।

◾এই কথা প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

◾২১ মে'ৰ পূৰ্বে সান্ধ্য আইন শিথিল থকা সময়ত ইখন জিলাৰ পৰা সিখন জিলালৈ যাতায়াত কৰিব পাৰিব।