◾ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি।
◾পুৱা ৯.৫০ বজাত অনুভূত হয় এই ভূমিকম্পৰ জোকাৰণি।
◾ৰিখটাৰ স্কেলত ৩.৮ প্ৰাবল্য আছিল ভূকম্পনটোৰ।
◾ভূগৰ্ভৰ ২৪কিঃমিঃ গভীৰতাত অনুভূত হোৱা জোকাৰণিটোৰ অভিকেন্দ্ৰ শোণিতপুৰ।