UAPAৰ পৰা মুক্ত অখিল গগৈ
◾আজি NIAৰ আদালতত হাজিৰ কৰোৱা হয় অখিল গগৈক।
◾চাবুৱাৰ গোচৰত জামিন লাভ অখিল গগৈৰ।
◾UAPAৰ সকলো অভিযোগৰ পৰা মুক্ত হল অখিল গগৈ।
◾চাবুৱা থানাত শিলগুটি দলিওৱা অভিযোগৰ পৰা মুক্ত অখিল গগৈ।
◾আজি NIAৰ আদালতে সকলো অভিযোগৰ পৰা মুক্ত কৰিছে অখিল গগৈক।
◾জামিন লাভ কৰিলেও ন্যায়িক জিম্মাতেই থাকিব লাগিব বিধায়ক অখিল গগৈ।
◾চান্দমাৰি থানাৰ গোচৰত জামিন লাভ কৰা নাই অখিল গগৈয়ে।