Logo
image

ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি

◾ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি।

◾পুৱা ৮.৪৫ বজাত অনুভূত হয় ভূমিকম্পৰ জোকাৰণিটো।

◾ভূমিকম্পটো অভিকেন্দ্ৰ আছিল গোৱালপাৰা।

◾ৰিখটাৰ স্কেলত ভূকম্পনটোৰ প্ৰাবল্য আছিল ৫.২।

◾ভূগৰ্ভৰ ১৪ কিঃমিঃ গভীৰতাত অনুভূত হোৱা জোকাৰণিটো।