
ৰাজ্য চৰকাৰৰ বিশেষ কেবিনেট , ল'লে কি কি সিদ্ধান্ত
◾আজি হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰৰ ১০০ টা দিন সম্পূৰ্ণ।
◾খানাপাৰাৰ প্ৰশাসনিক কৰ্মচাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হয় বিশেষ কেবিনেট বৈঠক।
◾কেবিনেটৰ পিছতেই সংবাদমেল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
◾ৰাজ্যৰ চালক হেণ্ডিমেনলৈ ১০ হাজাৰকৈ আৰ্থিক সাহাৰ্য্য।
◾পূজাৰী-নামঘৰীয়াক ১৫ হাজাৰকৈ আৰ্থিক সাহাৰ্য্য ঘোষণা।
◾অৰুণোদয়ৰ ধন ৮৩০ৰ পৰা ১০০০ টকালৈ বৃদ্ধি।
◾নৱম-দশম শ্ৰেণীত ভূগোল, বুৰঞ্জী বিষয় বাধ্যতামূলক।
◾ছমাহৰ পৰা এবছৰৰ ভিতৰত গুৱাহাটীত ইলেকট্ৰিক বাছৰ ব্যৱস্থা।
◾শীঘ্ৰে ১০০ খন ইলেকট্ৰিক বাছৰ ব্যৱস্থা কৰা হ’ব ৰাজ্যত।
◾প্ৰতিখন জিলা সদৰত হ’ব একোখনকৈ কেবিনেট বৈঠক।
◾এদিন পূৰ্বেই নিৰ্দিষ্ট জিলা সদৰলৈ যাব লাগিব মন্ত্ৰীসকল।
◾জিলা সদৰলৈ হেলিকপ্টাৰ, বিমানেৰে কৰিব নোৱাৰিব যাত্ৰা।
◾যাওতে যাত্ৰা পথত পোৱা জিলাৰ কাম-কাজৰ খতিয়ান লগ মন্ত্ৰীসকলে।