Logo
image

মৃত্যুৰে হাৰ মানিলে নন্দিতাই

◾অৱশেষত মৃত্যুৰে হাৰ মানিলে নন্দিতাই। 

◾ধেমাজিৰ নন্দিতা শইকীয়াৰ শেষ নিশ্বাস ত্যাগ।

◾আজি দিনৰ ১.১০ বজাত শেষ নিশ্বাস ত্যাগ কৰে নন্দিতাই।

◾ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ হাস্পতাল কৰ্তৃপক্ষই জনাইছে এই কথা।

◾ডিব্ৰুগড়ত এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যুৰে যুঁজ দিছিল নন্দিতাই।

◾দাৰ ঘাপত ৰাজপথত ঢলি পৰিছিল নন্দিতা।

◾যোৱা শনিবাৰে কলেজীয়া ছাত্ৰী দুগৰাকীক বৰ্বৰ ভাৱে আক্ৰমণ কৰিছিল।

◾আঘাতপ্ৰাপ্ত কৰিশ্মাও বৰ্তমানে চিকিৎসাধীন।

◾ৰিণ্টু শৰ্মা নামৰ দুৰ্বৃত্তই আক্ৰমণ কৰিছিল নন্দিতা-কৰিশ্মাক।

◾দুৰ্বৃত্ত ৰিণ্টু শৰ্মাৰ দাৰ ঘাপত ঢলি পৰিছিল দুইগৰাকী ছাত্ৰী।

◾মৰিধল কলেজৰ ছাত্ৰী আছিল নন্দিতা আৰু কৰিশ্মা।