Logo
image

অৰুণাচলৰ ৰেটলঙত আলফাৰে সংঘৰ্ষ অসম ৰাইফলৰ

  • অৰুণাচলৰ চাংলাং জিলাৰ ৰেটলং নামৰ ঠাইত অসম ৰাইফলৰ বাহনৰ ওপৰত লক্ষ্য কৰি গুলীবৰ্ষণ। 
  • দেওবাৰে পুৱা ৯.৩০ বজাত সংঘটিত হয় এই ঘটনা।
  • উক্ত এম্বোজত অসম ৰাইফলৰ পানীৰ টেংকাৰক লক্ষ্য কৰি গুলীচালনা।
  • সংঘৰ্ষত আইইডিও বিস্ফোৰণ ঘটায়।
  • অসম ৰাইফলৰ বীৰেন্দ্ৰ সিং যাদৱ নামৰ জোৱান জন নিহত হোৱাৰ লগতে আহত হয় নাৰেন্দ্ৰ দেব ভট্ট।
  • আলফা জড়িত থকাৰ অভিযোগ।