Logo
image

পদত্যাগৰ কথা চিন্তা কৰিছে বৃটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনে!

আমাৰ অসম, ২০ অক্টোবৰঃ দৰ্মহাৰে ঘৰ চলাব নোৱাৰা হৈছে, পদত্যাগৰ কথা চিন্তা কৰিছে বৃটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনে। নিজৰ পুৰণি পেছালৈ উভটি যাব পাৰে জনছন। বৰ্তমান প্ৰধানমন্ত্ৰী হিচাপে বছৰি ভাৰতীয় মুদ্ৰাত প্ৰায় দেৰ কোটি টকা বেতন পায় যদিও পূৰ্বে বাতৰি কাকতত লেখা মেলা কৰি,বক্তৃতা দি এটা মাহতেই সিমানখিনি উপাৰ্জন কৰিছিল জনছনে। সেয়ে প্ৰধানমন্ত্ৰীত্ব এৰাৰ চিন্তা!!