Logo
image

কৰ’নাত আক্ৰান্ত কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী

আমাৰ অসম, ২৮ অক্টোবৰঃ কৰ’নাত আক্ৰান্ত কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি জুবিন ইৰাণী। টুইটযোগে প্ৰকাশ কৰে কেন্দ্ৰীয় কেবিনেট বস্ত্ৰ আৰু মহিলা আৰু শিশু বিকাশ মন্ত্ৰী স্মৃতি ইৰাণীয়ে। বিগত কেইদিনত তেখেতৰ সংস্পৰ্শলৈ অহা লোকসকলক ক’ভিড পৰীক্ষা কৰিবলৈ অনুৰোধ জনাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।