Logo
image

JEE বাছনি পৰীক্ষাৰ কেলেংকাৰীত জড়িত ৫ জনক গ্ৰেপ্তাৰ আজাৰা আৰক্ষীৰ

  • JEE বাছনি পৰীক্ষাৰ কেলেংকাৰীত জড়িত ৫ জনক গ্ৰেপ্তাৰ আজাৰা আৰক্ষীৰ।
  • গ্ৰেপ্তাৰ ধন দি পৰীক্ষা দিয়া পৰীক্ষাৰ্থী নীল নক্ষত্র দাস।
  • গ্ৰেপ্তাৰ কৰা হৈছে পিতৃ ডঃ জ্যোতিৰ্ময় দাসক। 
  • ION ডিজিটেল জ’নৰ পৰীক্ষা নিৰীক্ষক হেমেন্দ্ৰ নাথ শৰ্মাক গ্ৰেপ্তাৰ। 
  • প্ৰাঞ্জল কলিতা আৰু হিৰু কমল পাঠকক গ্ৰেপ্তাৰ আজাৰা আৰক্ষীৰ।

https://youtu.be/L9a1vM8IKbA