Logo
image

যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ থকা কৰ্মচাৰীয়ে লাভ নকৰিব বনাচ

আমাৰ অসম, ৩১ অক্টোবৰঃ যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ থকা কৰ্মচাৰীয়ে লাভ নকৰিব বনাচ। কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে এই নতুন সিদ্ধান্ত। যৌন নিৰ্যাতনত অভিযুক্ত চাকৰিয়ালে লাভ নকৰিব পাৰে বছেৰেকীয়া বনাচ। কেন্দ্ৰীয় চৰকাৰে প্রস্তুত কৰিছে নতুন বেতন বিধি। এই সন্দৰ্ভত শীঘ্ৰে জাননী জাৰি কৰিব কেন্দ্ৰীয় চৰকাৰে। Payment Bonus Act 1965ৰ সংশোধনী ঘটাই কাৰ্যকৰী কৰিব এই নতুন নিয়ম।