Logo
image

যিকোনো মুহূৰ্তত আৰক্ষীৰ জালত পৰিব পাৰে JEE কেলেংকাৰীৰ অন্যতম অভিযুক্ত ভাৰ্গৱ ডেকা

  • যিকোনো মুহূৰ্তত আৰক্ষীৰ জালত পৰিব পাৰে JEE কেলেংকাৰীৰ অন্যতম অভিযুক্ত ভাৰ্গৱ ডেকা।
  • ৰাজ্যৰ বাহিৰত ডেকা আত্মগোপন কৰি আছিল ইমান দিনে।
  • আজি বিমানযোগে ঘূৰি আহিব ভাৰ্গৱ ডেকা।
  • ইতিমধ্যে গুৱাহাটী বিমানবন্দৰত সাজু হৈ আছে আজাৰা আৰক্ষী আৰু ক্ৰাইম ব্ৰাঞ্চৰ দল।
  • https://youtu.be/o5C7ax14Qbw