৯০ বছৰ বয়সত মৃত্যু হোৱা জেমছ্ বণ্ডৰ কিংবদন্তি শ্বন কোনাৰিৰ অন্তিমখন ফটো
আমাৰ অসম, ০১ নৱেম্বৰঃ ৯০ বছৰ বয়সত মৃত্যু হোৱা জেমছ্ বণ্ডৰ কিংবদন্তি শ্বন কোনাৰিৰ অন্তিমখন ফটো। ৮৯ তম জন্মদিনত তেঁওৰ সন্তান জেচনৰ সৈতে তুলিছিল এই ফটোখন। বাঁওফালে জেচনৰ সংগী ফিওনা আপটন।