Logo
image

অৱশেষত ক্ৰাইম ব্ৰাঞ্চৰ জালত JEE পৰীক্ষা কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড ভাৰ্গৱ ডেকা

  • অৱশেষত ক্ৰাইম ব্ৰাঞ্চৰ জালত JEE পৰীক্ষা কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড ভাৰ্গৱ ডেকা৷
  • ৰাজ্যৰ বাহিৰত থকা ভাৰ্গৱ ডেকাই আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰাৰ চেষ্টা কৰিছিল।
  • বিফল হ’ল ভাৰ্গৱৰ পৰিকল্পনা। 
  • আজাৰা আৰক্ষী আৰু ক্ৰাইম ব্ৰাঞ্চৰ হাতত গ্ৰেপ্তাৰ ভাৰ্গৱ ডেকা৷
  • আৰক্ষীৰ হাতত খবৰ আছিল বিমানযোগে অসমলৈ ঘূৰি অহাৰ প্ৰস্তুতি ভাৰ্গৱ ডেকাৰ।
  • প্ৰতিখন বিমানৰ যাত্ৰীৰ তালিকা তন্ন তন্নকৈ পৰীক্ষা কৰিছিল ক্ৰাইম ব্ৰাঞ্চৰ দলে।
  • বিমানৰ পৰা নমাৰ লগে লগে জিম্মাত লয় ক্ৰাইম ব্ৰাঞ্চৰ দলে।
  • ভাৰ্গৱ ডেকাক চিনাক্তৰ বাবে বিমানবন্দৰলৈ লৈ গৈছিল পূৰ্বে গ্ৰেপ্তাৰ হোৱা কাকলি বুজৰবৰুৱাক।
  • https://youtu.be/nhIpIbkgzQE