Logo
image

অৰ্ণৱ গোস্বামীৰ অন্তৰ্ৱতীকালীন জামিন নাকচ মুম্বাই উচ্চ ন্যায়ালয়ৰ

আমাৰ অসম, ০৯ নৱেম্বৰঃ অৰ্ণৱ গোস্বামী আৰু দুজন সহ-অভিযুক্ত নীতিশ সাৰডা, পাৰবীন ৰাজেশ সিঙৰ অন্তৰ্ৱতীকালীন জামিন নাকচ মুম্বাই উচ্চ ন্যায়ালয়ৰ। জামিন সন্দৰ্ভত পৰৱৰ্তী ৪ দিনৰ ভিতৰত সিদ্ধান্ত।