Logo
image

দীপাৱলীত আতচবাজিৰ ক্ষেত্ৰত নিষেধাজ্ঞা গুৱাহাটী মহানগৰীত

  • দীপাৱলীত আতচবাজিৰ ক্ষেত্ৰত নিষেধাজ্ঞা গুৱাহাটী মহানগৰীত।
  • গুৱাহাটী মহানগৰীত আতচবাজি বিক্ৰী আৰু ফুটুওৱাত সম্পূৰ্ণ নিষেধাজ্ঞা প্ৰশাসনৰ৷
  • ৯ নৱেম্বৰৰ নিশাৰ পৰা ৩০ নৱেম্বৰৰ নিশালৈ বাহাল থাকিব এই নিষেধাজ্ঞা৷
  • গুৱাহাটীৰ বাহিৰত দীপাৱলীৰ দিনা মাত্ৰ দুঘণ্টাৰ বাবে সেউজ আতচবাজি ফুটুওৱাৰ অনুমতি৷
  • বায়ু প্ৰদূষণ ৰোধ আৰু ক’ভিড-১৯ৰ বাবে গুৱাহাটীত ফটকা বিক্ৰী-ব্যৱহাৰত নিষেধাজ্ঞা।
  • গুৱাহাটীৰ বাহিৰত সেউজ আতচবাজিৰ অনুমতি।
  • https://youtu.be/vtgme0i_0HM