Logo
image

চুপাৰষ্টাৰ ৰজনীকান্তৰ নতুন ৰাজনৈতিক দল...

আমাৰ অসম, ০৩ ডিচেম্বৰঃ চুপাৰষ্টাৰ ৰজনীকান্তে নতুন ৰাজনৈতিক দল গঠন কৰাৰ কথা ঘোষণা কৰিছে। দল গঠন সন্দৰ্ভত সবিশেষ প্ৰকাশ কৰিব ৩১ ডিচেম্বৰত। আগন্তুক বৰ্ষৰ জানুৱাৰী মাহত নতুন ৰাজনৈতিক দল গঠন কৰিব দক্ষিণৰ অভিনেতা গৰাকীয়ে।