Logo
image

সদনত ২২ পাৰিষদৰ সমৰ্থনেৰে আস্থা ভোটত জয়ী প্ৰমোদ বড়ো

আমাৰ অসম, ২৪ ডিচেম্বৰঃ বিপিএফৰ প্ৰতিবাদৰ মাজতে ২২ পাৰিষদৰ সমৰ্থনেৰে আস্থা ভোটত জয়ী প্ৰমোদ বড়ো। গোপন ভোট নহ’ল, হাত দাঙি সংখ্যাগৰিষ্ঠতা প্ৰদৰ্শন ইউপিপিএল-বিজেপি-জিএচপিৰ৷ বেলট ভোট দাবীৰে বিৰোধীৰ তীব্ৰ প্ৰতিবাদ৷