Logo
image

আগতকৈ ধুনীয়া হ’ল ৰূপজ্যোতি

ডিজিটেল ডেস্ক, ২৬ ডিচেম্বৰ: মোৰ পত্নীয়ে কৈছে যে মই হেনো আগতকৈ ধুনীয়া হৈছোঁ৷ আজিকালি মই শ্ন’-পাউদাৰ ঘঁহি আহোঁ৷ আনকি পাৰফিউমো লৈ আহোঁ৷ কিন্তু বিৰোধী বিধায়কসকলৰ ওচৰ পালে মোক এটা গোন্ধে আমনি কৰে৷– এই ভাষ্য মৰিয়নিৰ বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ৷