Logo
image

ইউ পি পি এলৰ কেন্দ্ৰীয় কাৰ্য্যালয় উদ্বোধন

আমাৰ অসম, ০৪ জানুৱাৰীঃ কোকৰাঝাৰত ইউ পি পি এলৰ কেন্দ্ৰীয় কাৰ্য্যালয় উদ্বোধন। কোকৰাঝাৰৰ পগলাবাব মন্দিৰৰ সমীপত সোমবাৰে উদ্বোধন কৰা হয় ইউ পি পি এলৰ কেন্দ্ৰীয় কাৰ্য্যালয়। বিটিআৰ উপ মুখ্য কাৰ্য্যবাহী গোবিন্দ বসুমতাৰীয়ে উদ্বোধন কৰে এই কেন্দ্ৰীয় কাৰ্য্যালয়।