Logo
image

‘বিক্ষোভ ও স্মাৰকপত্ৰ প্ৰদান’ কাৰ্য্যসূচী NHM কৰ্মচাৰীৰ

আমাৰ অসম, ০৪ জানুৱাৰীঃ ‘বিক্ষোভ ও স্মাৰকপত্ৰ প্ৰদান’ কাৰ্য্যসূচী সদৌ অসম NHM পেৰা মেডিকেল কৰ্মচাৰী ইউনিয়নৰ। সোমবাৰে গুৱাহাটী ক্লাৱত NHM কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ আৰু সমকামৰ সমদৰমহা আৰ্হিত সপ্তম দৰমহা আয়োগৰ মতে দৰমহা প্ৰদানৰ দাবীত সাব্যস্ত কৰে এই প্ৰতিবাদী কাৰ্য্যসূচী।