Logo
image

মেঘালয়ৰ কয়লা খনিত মৃত্যু অসমৰ ৬ শ্ৰমিকৰ

  • মেঘালয়ৰ কয়লা খনিত অসমৰ ৬ শ্ৰমিকৰ মৃত্যু।
  • মেঘালয়ৰ পূৱ জয়ন্তীয়া পাহাৰত সংঘটিত হৈছে এই ঘটনা।
  • ১৫০ ফুট দ খাহৈত পৰি মৃত্যু হয় শ্ৰমিককেইজনৰ।
  • অবৈধভাৱে কয়লা খনন চলি থকাৰ অভিযোগ স্থানীয় লোকৰ।