মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফটো বিকৃতভাৱে প্ৰচাৰ কৰি আৰক্ষীৰ জালত সাংবাদিকসহ বহুকেইজন
◾গুৱাহাটীস্থিত এটা ৱেব পৰ্টেলৰ সম্পাদকসহ ৪ জনক গ্ৰেপ্তাৰ।
◾ৱেব পৰ্টেলটোৰ মুখ্য সম্পাদক তৌফিকউদ্দিন আহমেদ, নিউজ এডিটৰ আশিক ইকবাল আহমেদক গ্ৰেপ্তাৰ দিছপুৰ আৰক্ষীৰ।
◾মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু তেঁওৰ নিজ কন্যাৰ ফটো বিকৃতভাৱে বাতৰি প্ৰচাৰ কৰাৰ বাবে গ্ৰেপ্তাৰ।
◾ৱেব পৰ্টেলটোৰ আৰু কৰ্মচাৰী গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা।
◾দিছপুৰ আৰক্ষী থানাত গোচৰ নম্বৰ ৬১২/২০২১ ধাৰা ৫০৯ আৰু আইপিচি ১৪/২১ POCSO আইনৰ অধীনত গ্ৰেপ্তাৰ।
◾অসম আৰক্ষীৰ এডিজিপি জি পি সিঙে প্ৰকাশ কৰে এই তথ্য।
◾ঘটনা সম্পৰ্কত শিৱসাগৰত গ্ৰেপ্তাৰ নয়নমণি গগৈ নামৰ এগৰাকী যুৱতীক।
◾নয়নমণি গগৈয়ে অশালীন মন্তব্যৰে সামাজিক মাধ্যমত আপলোড কৰিছিল ফটোখন।
◾Bodoland Digaital ৱেব পৰ্টেলৰ পুলি মুচাহাৰীকো গ্ৰেপ্তাৰ আৰক্ষীৰ।
◾পৰ্টেলটোৰ সম্পাদকৰ দায়িত্বত আছিল পুলি মুচাহাৰী।